Monday, November 5, 2012

A Digital Archive of Lyrics of Dr. Bhupen Hazarika




*এই ৱেবছাইটটো ডঃ ভূপেন হাজৰিকাদেৱৰ কিছুসংখ্যক গীতৰ কথা ডিজিটেল (ইউনিকোড ব্যৱহাৰ কৰি) মাধ্যমত সংৰক্ষণ কৰাৰ এক বিনম্ৰ প্ৰয়াস । ৱেবছাইটটোত বৰ্তমানলৈকে তেখেতৰ ৩৫৬(তিনিশ চাপ্পন)টি গীতৰ কথা সংগ্ৰহ কৰি সংৰক্ষণ কৰা হৈছে । এই সংকলনটিৰ বাবে গীতৰ কথাখিনি সংগ্ৰহ কৰোতে বিভিন্ন কিতাপ, আলোচনী, বাতৰি কাকত, ইণ্টাৰনেট আদিৰ সহায় লোৱা হৈছে আৰু এই ছেগতে আমি সকলোলৈকে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো । এই সমগ্ৰ কামখিনি তথ্য প্ৰযুক্তিবিদ্যা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ “ভাষাপ্ৰযুক্তি উন্নয়ন আৰু গৱেষণাগোট"ৰ অধীনত কৰা হৈছে ।*

No comments: